ই এটা সমাজ সেৱাৰ বাবে প্ৰস্তুত কৰা ওৱেবচাইট, দ্বাৰা-
শ্ৰী চলমান খুৰছিদ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী (ইন চাৰজ)যৌথ ব্যৱসায় খণ্ড
বিনিয়োগকাৰীৰ শিক্ষা আৰু সুৰক্ষা নিধি (বি শি সু নি) বিনিয়োগকাৰীৰ সজাগতা বৃদ্ধি কৰা আৰু তেওঁলোকৰ স্বাৰ্থক সুৰক্ষা দিয়াৰ বাবে গঠন কৰা হৈছে। এই ৱেবচাইট হ’ল তথ্য যোগানৰ এখন মঞ্চ আৰু ই কোনোধৰণৰ বিনিয়োগ পৰামৰ্শ নিদিয়ে বা বিনিয়োগৰ মূল্যাঙ্কনো নকৰে।